August 5, 2025 8:31 PM
16
ভাৰত আৰু ফিলিপাইনছৰ মাজত ৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
ভাৰত আৰু ফিলিপাইনছে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্দিনান্দ ৰোমুএলডেজ মাৰ্কো জুনিয়ৰৰ উপস্থিতিত ৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিকেইখনে ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্ব, অপৰাধজনিত বিষয়, সামৰিক বাহিনী, আইন আৰু বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ লগতে বহুকেইটা বিষয় সামৰি লৈছে। এখন সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিজনৰ এই ভাৰত ভ্ৰমণ বিশেষভাৱে উল্লেখনীয়, কিয়নো এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছে কূটনৈতিক সম্পৰ্কৰ ৭৫ টা...