August 3, 2024 8:59 PM August 3, 2024 8:59 PM
7
আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস, নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন
সমগ্র দেশতে আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস পালন কৰা হৈছে। এই উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে মস্তিষ্ক মৃত্যু ঘোষণা হোৱাৰ পাছত পৰিয়ালৰ সদস্যক অংগদান কৰা লোকসকলক সম্বর্ধনা জনায়। তেওঁ লগতে অংগ লাভ কৰা আৰু সফল অংগ সংৰোপণৰ বাবে এখন বিভিন্ন প্ৰান্তৰ একাংশ চিকিৎসককো সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁ কয় যে, বিগত ১০ বছৰত অংগ দ...