May 29, 2025 9:30 PM May 29, 2025 9:30 PM

views 11

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ

নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক আদৰণি জনায় সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয়, যে নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ সম্পৰ্কৰ্ক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে এই ভ্রমণে দুয়োখন দেশৰ আন্তৰিক আৰু বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিব। এই ভ্ৰমণকালত উপ-প্রধানমন্ত্ৰী শ্ৰী পিটাৰ্...

March 18, 2025 12:50 PM March 18, 2025 12:50 PM

views 4

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনে কালি নতুন দিল্লীৰ ৰকবগঞ্জৰ গুৰুদ্ধাৰত প্ৰাৰ্থনা কৰে। ইয়াৰ আগেয়ে কালি উভয় দেশৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে অর্থনৈতিক ব্যৱস্থাৰ পাৰস্পৰিক গ্রহণযোগ্যতাৰ চুক্তিও স্বাক্ষৰ কৰে। দুয়ো পক্ষই মুক্ত বাণিজ্য চুক্তি আলোচনা আৰু পেচাদাৰী তথা দক্ষ শ্রমিকৰ গতিশীলতাৰ বাবে সহজলভ্য ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ লগতে দুয়োখ...