November 9, 2025 11:39 AM November 9, 2025 11:39 AM
36
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পৰ্কীয় চতুর্থ পৰ্যায়ৰ আলোচনা সম্পূর্ণ
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পৰ্কীয় চতুর্থ পৰ্যায়ৰ আলোচনা সম্পূর্ণ হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্র্যালয়ে জনোৱা মতে পাঁচ দিন ধৰি চলা এই আলোচনাত সামগ্ৰী আৰু সেৱা, অর্থনৈতিক সহযোগিতা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্র্যালয়ে জনোৱা মতে এই আলোচনা যথেষ্ট ফলপ্রসূ আৰু ইতিবাচক আছিল। দেশ দুখনে এটা শক্তিশালী আধুনিক আৰু সন্তুলিত বাণিজ্যিক সহযোগিতা গঢ়ি তোলাৰ বাবে সহমত প্রকাশ কৰিছে। এটা বিবৃতিত মন্ত্র্যালয়ে কৈছে যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোবেল আৰু নিউজিলেণ্ডৰ বাণিজ্য...