May 30, 2025 10:18 AM
ভাৰত-নিউজিলেণ্ডৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্বন্ধ ক্ৰমাৎ শক্তিশালী হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্বন্ধ ক্ৰমাৎ শক্তিশালী হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্রী তথা ব...