November 5, 2024 2:20 PM November 5, 2024 2:20 PM
4
সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিবঃ সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিব, যাৰ ফলত এই উদ্যোগ অমৃত কালৰ সময়ত সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ'ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাচীন কালত সামুদ্রিক বাণিজ্যৰ সময়ত তামিলনাড়ু বিশ্বৰ ভিতৰতে অন্যতম মুখ্য গন্তব্যস্থান আছিল। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰু অধিক নিযুক্তিৰ সৃষ্টি, সম্পদ আৰু বহনক্ষম দ...