March 17, 2025 12:39 PM

views 13

ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছ

শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছে ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কালি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত দলটোৱে ব্রায়ান লাৰা নেতৃত্বাধীন ৱেষ্ট ইণ্ডিজ দলক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৮ ৰান কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত ইণ্ডিয়া মাষ্টাৰ্ছে অম্বতি ৰায়ডুৰ ৫০টা বলত কৰা কৰা ৭৪ ৰানৰ সহায...