August 20, 2024 8:09 PM

views 11

ভাৰত আৰু মালয়েছিয়াৰ মাজত ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু মালয়েছিয়াই শ্ৰম আৰু কৰ্মসংস্থাপন, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধ, ডিজিটেল প্রযুক্তি, সংস্কৃতি, পৰ্যটন আৰু যুৱ তথা ক্ৰীড়া ক্ষেত্ৰৰ সহযোগিতাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে ৰাজহুৱা প্ৰশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰতো চুক্তি সম্পাদন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী দাটোচেৰী অনৱাৰ বিন ইব্রাহিমৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। পাছত প্রধানমন্ত্রী মোদীয়ে তেওঁৰ প্ৰেছ বি...