August 29, 2024 7:07 PM
22
শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতৰ প্রথম ধনৰাশি আদায়
ভাৰতে শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে প্রথম ধনৰাশি আদায় দিছে। শ্রীলংকাত ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ শক্তিমন্ত্ৰী ড০ সুলক্ষনা জয়বর্ধনা আৰু দেশখনৰ বহনক্ষম শক্তি প্ৰাধিকৰণৰ অধ্যক্ষ ৰঞ্জিত ছেপালাক এই ধনৰাশি প্ৰদান কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত ২০২২ চনৰ মাৰ্চৰ চুক্তিৰ অধীনত এটা ভাৰতীয় প্ৰতিষ্ঠানে ডেফ্ট নেনাটিবু আৰু অনলাটিবু দ্বীপপুঞ্জত এই হাইব্রীড প্রকল্পসমূহ ৰূপায়ণ কৰি আছে। সৌৰ আৰু বায়ুশক্তিৰ সংমিশ্ৰণেৰে এই দ্বীপসমূহৰ শক্তি আৱশ্যকতা পূৰণৰ উদ্দ...