January 16, 2026 12:39 PM

views 12

মৎস্য আৰু জলজ কৃষি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত আৰু ইজৰাইলৰ এখন যুটীয়া মন্ত্রীপৰ্যায়ৰ ঘোষণা পত্ৰত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে মৎস্য আৰু জলজ কৃষি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এখন যুটীয়া মন্ত্রীপৰ্যায়ৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছে। ইজৰাইলত অনুষ্ঠিত ব্লু ফুড ছিকিউৰিটি: ছি দ্যা ফিউছাৰ ২০২৬ শীর্ষক দ্বিতীয় গোলকীয় সন্মিলনত এই ঘোষণা পত্ৰত স্বাক্ষৰ কৰা হয়। মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্র্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ঘোষণাপত্ৰৰ জৰিয়তে উন্নত জলজ কৃষি পদ্ধতি, মৎস্য পালন আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত যুটীয়া গৱেষণা আৰু বিকাশত গুৰুত্ব দিয়া হ'ব। তদুপৰি জেনেটিক উন্নীত কাৰ্যসূচী, সামুদ্রিক কৃষি আৰু ইজৰাইল...

September 8, 2025 9:24 PM

views 57

ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে নতুন দিল্লীত আজি দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্পট্ৰিছৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰাৰ লগতে ইজৰাইলৰ ৰপ্তানীকাৰকসকলৰ বাবে বিত্তীয় নীতি নিয়ম অন্বেষণ কৰা।