December 9, 2024 9:09 PM
14
হাৰিয়ানাত মহিলাৰ মাজত বিত্তীয় সাক্ষৰতা, বীমাৰ সজাগতাৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে বীমা সখী আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত মহিলাসকলৰ মাজত বিত্তীয় সাক্ষৰতা আৰু বীমা সম্বন্ধীয় সজাগতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বীমা সখী আঁচনি মুকলি কৰে। ভাৰতীয় জীৱন বীমা নিগমৰ উদ্যোগত আৰম্ভ কৰা এই আঁচনিখনে দশম শ্রেণী উত্তীর্ণ ১৮ৰ পৰা ৭০ বছৰ বয়সৰ মহিলাসকলক বিশেষ প্রশিক্ষণ প্ৰদান আৰু প্ৰথম তিনি বছৰৰ বাবে মাননি প্ৰদানৰ জৰিয়তে সৱল কৰি তুলিব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বীমা সখীসকলৰ মাজত নিয়োগৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত উপস্থিত জনগণক সম্বোধন কৰি শ্রীমোদীয়ে কয়, যে তেওঁ...