October 19, 2024 8:18 PM
9
শ্ৰীলংকাৰ বাগান অঞ্চলৰ ৯খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে ভাৰতৰ অনুদানৰ পৰিমাণ বৃদ্ধি
ভাৰতে শ্ৰীলংকাৰ বাগান অঞ্চলৰ ৯খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে অনুদানৰ পৰিমাণ বৃদ্ধি কৰিছে। শ্রীলংকা চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিত্তীয় প্ৰতিশ্ৰুতিবদ্ধতা দুগুণলৈ বঢ়োৱাৰ ফলত প্ৰকল্পটোৰ মুঠ ব্যয় ৬০ কোটি শ্রীলংকান টকালৈ বৃদ্ধি পাইছে। শ্ৰীলংকাৰ শিক্ষা বিভাগৰ সচিব জে এম তিলকা জয়সুন্দৰ আৰু দেশখনত ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝায়ে কালি এই সন্দৰ্ভত কূটনৈতিক পত্র স্বাক্ষৰ আৰু বিনিময় কৰে। আন্তঃগাঁথনি উন্নীতকৰণৰ এই পদক্ষেপ ভাৰতৰ শ্ৰীলংকাৰ সৈতে থকা বৃহত্তৰ উন্নয়ন অংশীদাৰিত্বৰ অংশ আৰু ইয়াৰ জ...