May 16, 2025 11:39 AM
ভাৰত আৰু হণ্ডুৰাছৰ মাজত বিগত তিনিটা দশকত অর্থনৈতিক সম্পর্ক ক্রমাৎ বৃদ্ধি পাইছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ
ভাৰত আৰু হণ্ডুৰাছৰ মাজত বিগত তিনিটা দশকত অর্থনৈতিক সম্পর্ক ক্রমাৎ বৃদ্ধি পাইছে আৰু দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ৩০ কোটি ডলাৰৰো অধিক হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ...