September 27, 2025 8:23 PM
8
ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছেঃ পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী
ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছে বুলি পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপীয়ে মন্তৱ্য কৰিছে| আজি নতুন দিল্লীত বিশ্ব পর্যটন দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি গোপীয়ে কয় যে চৰকাৰৰ উড়ান আঁচনিয়ে পর্যটনস্থলীসমূহৰ সৈতে যোগাযোগ ব্যৱস্থাক উন্নত কৰি স্থানসমূহক অধিক সুগম কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্বদেশ দর্শন 2.0 ৰ দৰে প্ৰচেষ্টাই পৰ্যটনক্ষেত্ৰসমূহৰ বহনক্ষম উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰাৰ লগতে আৰু প্ৰসাদ আঁচনিখনে দেশৰ তীৰ্থস্থানসমূহৰ উন্নয...