ডাউনলোড
মোবাইল এপ

android apple
signal

June 11, 2025 9:19 AM

এ এফ চি এছিয়ান কাপৰ এখন কোৱালিফায়াৰ মেচত হংকঙৰ হাতত পৰাস্ত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দল

এ এফ চি এছিয়ান কাপত কালি সন্ধিয়া ক'লুনত অনুষ্ঠিত এখন কোৱালিফায়াৰ মেচত আয়োজক হংকঙৰ হাতত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দলটো ০-১ গ'লত পৰাস্ত হয়। খেলখনত ৯৪ মিনিটত হংকঙৰ ষ্টেফান পেৰেইৰাই এটা গ'ল...