January 14, 2026 11:41 AM

views 15

ফ্ৰান্সৰ কুটনৈতিক উপদেষ্টা ইমানুৱেল বনেৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ কুটনৈতিক উপদেষ্টা ইমানুৱেল বনেই কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে প্ৰকাশ কৰে যে কূটনৈতিক উপদেষ্টাগৰাকীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ মাধ্যমেৰে বিভিন্ন ক্ষেত্ৰত থকা শক্তিশালী তথা বিশ্বস্ত কৌশলগত অংশীদাৰিত্ব সুদৃঢ় ৰখাৰ কথা সুনিশ্চিত কৰিছে। শ্রীমোদীয়ে লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ উদ্ভাৱনৰ বিশেষ বৰ্ষটোত উদ্ভাৱন, প্রযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত যৌথ সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ বিষয়টো অতি...