December 23, 2024 9:08 PM
17
‘নীট’ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে খালী আসনসমূহ পূৰাবলৈ বিশেষ কাউন্সেলিং অনুষ্ঠিতৰ বাবে চিকিৎসা পৰিষদ সমিতিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ে দেশত চিকিৎসকৰ সংখ্যা প্রয়োজন অনুপাতে কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা পৰিষদ সমিতিক ৰাষ্ট্ৰীয় যোগ্যতা নির্ণয়কাৰী প্ৰৱেশ পৰীক্ষা, নীটৰ স্নাতক পাঠ্যক্ৰমৰ বাবে খালী হৈ থকা আসনসমূহ পূৰ কৰিবলৈ বিশেষ কাউন্সেলিং অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছে। ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে লগতে প্ৰৱাসী ভাৰতীয়ৰ বাবে সংৰক্ষিত খালী আসনসমূহ সাধাৰণ শ্ৰেণীলৈ পৰিৱৰ্তন কৰাৰ নিৰ্দেশ দিয়ে। এই আসনসমূহ ৰাজ্যিক নামভৰ্তি কৰ্তৃপক্ষৰ জৰিয়তে পূৰ কৰিব লাগিব বুলি ন্যায়ালয়ে লগতে নির্দেশ...