July 28, 2025 10:37 AM
ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচ ড্র’
ভাৰত আৰু ইংলেণ্ডৰ মাজত অ'ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচ ড্র' হয়। চতুৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে ৩৫৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পাছতে ইংলেণ্ডে প্রথম ইনিংছত ৬৬৯ ৰাণ সংগ্ৰহ কৰি ৩১...