February 2, 2025 12:29 PM

views 9

মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰে যদিও ইংলেণ্ডে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰি শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায়। অৱশ্যে চতুৰ্থখন খেলত সূর্য কুমাৰ নেতৃত্বাধীন ভাৰতীয় দলে ১৫ ৰানত জয়লাভ কৰি শৃংখলাৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। টি-২০ শৃংখলাৰ পাছত ভাৰত আৰু ইংলেণ্ডৰ মাজত তিনিখন এদিনীয়া খেল খেল...

January 26, 2025 11:44 AM

views 13

৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ভাৰতৰ দুই উইকেটত পৰাস্ত

ভাৰতে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চলিত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে দুই উইকেটত পৰাস্ত কৰে। ভাৰতে ১৬৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ২ টা বলত ৮টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ তিলক বাৰ্মাই ৫৫টা বলত ৭২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ৱাশ্বিংটন সুন্দৰে ১৯ টা বলত ২৬ ৰানৰ বৰঙণি আগবঢ়ায়। দলৰ বাকী কেইগৰাকী বেটছমেন ব্যর্থ হয়। তিলক বাৰ্মাক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰে৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে প্র...

January 22, 2025 12:15 PM

views 15

কলকাতাত আজি ভাৰত-ইংলেণ্ডৰ টি২০ শৃংখলাৰ প্ৰথমখন খেল

কলকাতাৰ ইডেন গার্ডেনত আজি সন্ধিয়া হ'বলগীয়া পাঁচখন টি ২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি২০ আৰু তিনিখন এদিনীয়া খেল খেলিব। প্রবীণ পেচ বলাৰ মহম্মদ ছামীয়ে ভাৰতীয় দললৈ দীৰ্ঘদিনৰ বিৰতিৰ পাছত এই শৃংখলাত ভাগ লব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ২ ফেব্ৰুৱাৰীত মুম্বাইত চূড়ান্ত টি-২০ খেলত ভাগ ল’ব। টি-২০ শৃংখলাৰ পিছত ৬ ফেব্ৰুৱাৰীৰ পৰা দুয়োখন দ...