March 13, 2025 9:24 PM

views 13

শ্ৰীলংকাৰ হাস্পতাললৈ ৫০ হাজাৰ এম্পুলছ ফ’ৰচেমাইড টীকা প্ৰেৰণ ভাৰতৰ

ভাৰতে শ্ৰীলংকাৰ চৰকাৰৰ জৰুৰী অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দেশখনৰ হাস্পতালসমূহলৈ ৫০ হাজাৰ এম্পুলছ ফ'ৰচেমাইড টীকা পঠিয়াইছে। দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ স্বাস্থ্য আৰু গণমাধ্যম দপ্তৰৰ মন্ত্ৰী ড০ নলিন্দা জয়াতিছাৰ হাতত এই সামগ্ৰীসমূহ অৰ্পণ কৰে। ভাৰতে প্ৰতিৱেশী দেশ শ্রীলংকালৈ ধাৰাবাহিকভাৱে সহায় আগবঢ়াই আহিছে। ইয়াৰ পূৰ্বেও দেশখনলৈ বিভিন্ন ঔষধ, কোৱিড-১৯ৰ প্ৰতিষেধকৰ লগতে ১ ডলাৰ বিলিয়নৰ ঋণ আগবঢ়াইছিল। শেহতীয়াকৈ পঠোৱা এই টীকাসমূহৰ জৰিয়তে ভাৰতে দেশখনৰ স্বাস্থ্যখণ্ডৰ মূল অংশীদাৰ হি...