December 18, 2025 4:43 PM

views 15

ভাৰতে ২০২৯ চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি ৩ লাখ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

● ভাৰতে ২০২৯ চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি ৩ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্রীয়মন্ত্রী ডঃ মনসুখ মন্দাৱীয়াই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে প্ৰতিৰক্ষা উৎপাদনত ভাৰতৰ উল্লেখনীয় বিকাশ হৈছে আৰু সম্প্ৰতি এই উৎপাদন ১ লাখ ৫০ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। একেদৰে অহা ৪ বছৰত প্ৰতিৰক্ষা ৰপ্তানি দুগুণ বৃদ্ধি হৈ ২৫ হাজাৰ কোটিৰ পৰা ৫০ হাজাৰ কোটি টকা হ'ব বুলি ডঃ মন্দাৱিয়াই প্ৰকাশ কৰে। ই গোলকীয় প্ৰতিৰক্ষা নেতৃত্বত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে...

October 7, 2025 4:00 PM

views 35

প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাৰ উল্লেখনীয় অগ্রগতি

–প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত এইদৰে মত প্ৰকাশ কৰে। ৰাজধানী মহানগৰীখনত আয়োজিত ‘ৰক্ষা নৱচাৰ সংবাদ' কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে সাম্প্রতিক কালত যুদ্ধসমূহ মূলতঃ প্ৰযুক্তিৰ দ্বাৰা চালিত হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ আধুনিকতা তথা ইয়াৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি যোৱাৰ বিষয়টোত চৰকাৰে সম্পূৰ্ণ সচেতনতা অৱলম্...

June 10, 2025 7:15 PM

views 32

১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছেঃ ৰাজনাথ সিঙ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সিঙে কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সীমান্ত শক্তিশালী হোৱাৰ উপৰি সশস্ত্র বাহিনীৰ আধুনিকীকৰণ, স্থানীয় ভাবে নির্মিত অস্ত্ৰ, প্ৰতিৰক্ষা উৎপাদনৰ ৰপ্তানিৰ অভিলেখ আৰু বিশ্বজোৰা আস্থা দেশবাসীয়ে দেখিবলৈ পাইছে। এই সময়ছোৱাত প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হৈ উঠা বুলিও শ্ৰী সিঙে প্ৰকাশ কৰে।