April 25, 2025 12:22 PM

views 11

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ ভিছা বাতিল ভাৰতৰ

জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰণৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ বাবে প্ৰদান কৰা ভিছা বাতিল কৰিছে। চলিত মাহৰ ২৭ তাৰিখৰ পৰা পাকিস্তানী নাগৰিকৰ বাবে ভাৰতে ইতিপূৰ্বে প্ৰদান কৰা ভিছাসমূহৰ বৈধতা নাথাকিব। চিকিৎ‍সাজনিত কাৰণত চুবুৰীয়া দেশখনৰ নাগৰিকৰ প্ৰতি ভাৰতে আগবঢ়োৱা ভিছাৰ ম্যাদ এই মাহৰ ২৯ তাৰিখলৈ বৈধ বুলি বিবেচিত হ'ব। ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে ভিছাৰ ম্যাদ উকলি যোৱাৰ আগতে দেশ এৰিব লাগিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে প্ৰকাশ কৰিছে। বিবৃ...