November 11, 2025 7:50 PM
32
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ’ব
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অহা ১৪ নৱেম্বৰত ক’লকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে মন্তব্য কৰিছে। বেংগল ক্রিকেট সংস্থাৰ অধ্যক্ষ শ্ৰী গাংগুলীৰ মতে এই খেলখনত দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব। নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে এই শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাৰতীয় দলৰ পেছাৰ মহম্মদ চিৰা...