March 10, 2025 9:06 PM March 10, 2025 9:06 PM

views 5

কম্বোদিয়াৰ চিয়েম ৰিয়েপত তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা

কম্বোদিয়াৰ চিয়েম ৰিয়েপত আজি তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আজিৰ বৈঠকত ৰাজনৈতিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিকাশ, সহযোগ, ঐতিহ্য সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কত আলোচনা কৰা হয়। লগতে পাৰস্পৰিক স্বার্থজড়িত কেইবাটাও আঞ্চলিক আৰু বহুমাত্রিক বিষয়ত দুয়োপক্ষই মত বিনিময় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োখন দেশে বিভিন্ন ক্ষেত্...