October 15, 2024 11:08 AM October 15, 2024 11:08 AM
5
নতুন দিল্লীত আজি ভাৰত-কলম্বিয়াৰ মাজত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ’ব
ভাৰত আৰু কলম্বিয়াৰ মাজত আজি নতুন দিল্লীত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ'ব। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড° এল মুৰুগানে ভাৰতৰ প্ৰতিনিধি হিচাপে আৰু কলম্বিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উপ-মন্ত্ৰী জৰ্জ এন্দ্ৰিকক ৰোজাছ ৰড্রিগেজে দেশখনৰ প্ৰতিনিধি হিচাপে এই চুক্তিত স্বাক্ষৰ কৰিব। এই চুক্তিয়ে উভয় দেশৰ প্ৰযোজকসকলক সহ-প্ৰযোজনাৰ বাবে তেওঁলোকৰ সৃষ্টিশীল, কলাত্মক, কাৰিকৰী, আৰ্থিক আৰু বিপণন উৎসসমূহ বিনিময় কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই চুক্তিৰ জৰিয়তে ভাৰত আৰু কলম্বিয়াৰ মাজ...