June 18, 2025 12:28 PM

views 11

কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নিৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠক

ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণ আৰু দুয়োখন ৰাষ্ট্ৰই গণতন্ত্ৰ তথা মানৱতা শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিব লাগিব। কানাডাৰ কানানাস্কিছত জি-চেভেন সন্মিলনত অংশগ্ৰহণৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱানিশা দেশখনৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে কানাডাৰ বহু কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰাৰ দৰে ভাৰতৰো বহু কোম্পানীয়ে কানাডাত বিনিয়োগ কৰিছে। বৈঠকৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, য...