August 24, 2024 6:52 PM

views 29

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ’ব পাৰেঃ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে, ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো ইউক্রেইন ভ্ৰমণৰ সময়ছোৱাত কালি কিভত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্রীমোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ পাছতে তেওঁ এই বক্তব্য আগবঢ়ায়। বৈঠকৰ পাছত জেলেনস্কিয়ে ভাৰতৰ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। আলোচনাৰ সময়ত শ্রীমোদীয়ে কয় যে, ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্রেইন-ৰ...