September 10, 2024 7:03 PM

views 16

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে ভাৰতৰ মতপোষণ

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত ৰাজনৈতিক মতানৈক্যই শান্তি ৰক্ষাৰ অভিযানসমূহক প্ৰভাৱিত কৰি আহিছে বুলি উল্লেখ কৰি বিশেষকৈ আফ্ৰিকাৰ অংশগ্রহণেৰে পৰিষদক অধিক কাৰ্যকৰী কৰাৰ বিষয়ত নতুন দিল্লীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ নৱ-নিযুক্ত স্থায়ী সদস্য পি হৰিশে কালি নিৰাপত্তা পৰিষদত দিয়া তেওঁৰ প্ৰথমটো ভাষণত কয় যে শেহতীয়া কেইটামান বছৰত নিৰাপত্তা পৰিষদত পৰিলক্ষিত হোৱা ৰাজনৈতিক ঐক্যৰ অভাৱে ৰাষ্ট্ৰসংঘৰ ...