December 31, 2025 12:37 PM

views 26

শ্ৰীলংকাৰ বিৰুদ্ধে টি-টুৱেণ্টী ক্রিকেট শৃংখলাত ভাৰতৰ মহিলা দলৰ৫-০ৰ ব্যৱধানত জয়লাভ

শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-টুৱেণ্টী ক্রিকেট শৃংখলাত ভাৰতৰ মহিলা দলটোৱে ৫-০ৰ ব্যৱধানত জয়লাভ কৰিছে। কালি তিৰুৱনন্তপুৰমত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰত ১৫ ৰানত জয়ী হয়। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে সৰ্বাধিক ৬৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আলহী দলটো নিৰ্ধাৰিত অভাৰত ৭ উইকেটৰ বিনিময়ত ১৬০ ৰানহে কৰিবলৈ সমৰ্থ হয়। হৰমনপ্রীত কৌৰক প্লেয়াৰ অৱ দা মেচ আৰু শেফালী বাৰ্মাক প্লেয়াৰ অৱ দা ...