January 23, 2025 11:53 AM

views 15

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৭ উইকেটত জয়লাভ ভাৰতৰ

ভাৰতে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক জ’ছ বাটলাৰে ৪৪টা বলত সৰ্বাধিক ৬৮ ৰান কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে ৩টা উইকেট দখল কৰে। অৰ্শদীপ সিং, হার্ডিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৩৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১২ অ’ভাৰ আৰু ৫ টা বলত তিনিটা উইক...