May 19, 2025 1:37 PM
বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ
বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। এই অনুসৰি এতিয়াৰে পৰা ব...