October 12, 2025 8:28 PM

views 80

ভাৰত আৰু অস্ট্রেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন সোমবাৰে অস্ট্রেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব

ভাৰত আৰু অস্ট্রেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অস্ত্রাহিন্দ ২০২৫ৰ চতুৰ্থ সংস্কৰণ কাইলে অস্ট্রেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্র্যালয়ে এটা বিবৃতিযোগে কৈছে, যে ২৬ অক্টোবৰত সামৰণি পৰিবলগীয়া এই বার্ষিক অনুশীলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতীয় সেনা বাহিনীৰ এটা ১২৫ জনীয়া দল কালি ৰাওনা হয়। গোর্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। মন্ধ্যালয়ে কয়, যে সামৰিক সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামর্থ্য বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য। ইয়াৰ উপৰি এই অনুশীলনে অংশগ...