November 9, 2025 11:56 AM

views 41

ভাৰত-অষ্ট্ৰেলিয়া অর্থনৈতিক অংশীদাৰিত্বৰ পূৰ্ণ সামৰ্থ ব্যৱহাৰত দ্বিপাক্ষিক আলোচনাৰ সময়ত গুৰুত্ব আৰোপ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শীঘ্ৰে সন্তুলিত আৰু পৰস্পৰৰ বাবে লাভজনক সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তি সম্পাদন কৰাৰ বাবে প্রতিশ্রুতিবদ্ধতা প্রকাশ কৰিছে। শ্রী গোৱেলে অষ্ট্ৰেলিয়াৰ মেলবর্নত দেশখনৰ বাণিজ্য আৰু পৰ্যটন মন্ত্রী ডান ফেৰেল আৰু দক্ষতা তথা প্রশিক্ষণ মন্ত্রী এন্ড্রিউ জাইলছৰ সৈতে হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত এই কথা প্রকাশ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্র্যালয়ে এই আলোচনাত দুয়ো দেশৰ মাজত সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিকে ধৰি ভাৰত- অষ্ট্ৰেলিয়...