May 3, 2025 7:48 PM
19
ভাৰত আৰু আংগোলাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ
ভাৰত আৰু আংগোলাই কৃষি, পৰম্পৰাগত চিকিৎসা আৰু সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গোনজাল্জে লোৰেন্সৰ মাজত আজি নতুন দিল্লীত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনা অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পর্ক সচিব দম্মু ৰবিয়ে কয়, যে আংগোলাই ভাৰতৰ পৰা প্ৰতিৰক্ষা আহিলা পাতি ক্ৰয় কৰিব। আলোচনাত প্ৰতিৰক্ষা সহযোগিতা বিষয়টোৱে স্থা...