December 19, 2025 12:34 PM

views 16

প্রধানমন্ত্ৰী মোদীৰ ইথিঅ’পিয়া ভ্রমণে দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিলে বুলি ইথিঅ’পিয়া চৰকাৰৰ মত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জর্ডান, ইথিঅ'পিয়া আৰু ওমান ভ্রমণ কৰাৰ পাছতেই ইথিঅ’পিয়া চৰকাৰে প্রধানমন্ত্ৰী মোদীৰ এই ভ্রমণে দেশ দুখনৰ মাজত সহযোগিতাৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিলে বুলি মত প্ৰকাশ কৰিছে। আকাশবাণীৰ সংবাদদাতাক ইথিঅ'পিয়াৰ মহিলা আৰু সামাজিক কল্যাণ মন্ত্রী ডাঃ ইৰেগোগি টেছেফায়ে কয়, যে প্রধানমন্ত্ৰী মোদীৰ ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহে দেশখনৰ মহিলাসকলক যথেষ্ট সহায় কৰিব। ইথিঅ'পিয়াত বসবাস কৰা ভাৰতীয় প্ৰবাসী সমাজৰ এগৰাকী প্ৰখ্যাত ব্যক্তি ময়ুৰ সূতাকান্ত কোঠাৰীয়ে কয়, যে প্রধানমন্ত্ৰী...