February 17, 2025 1:05 PM February 17, 2025 1:05 PM
8
ভাৰতৰ বৰ্তমানৰ ৩ লাখ কোটি টকাৰ পৰা ২০৩০ চনৰ ভিতৰত ৯ লাখ কোটি টকা মূল্যলৈ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতে বৰ্তমানৰ ৩ লাখ কোটি টকাৰ পৰা ২০৩০ চনৰ ভিতৰত ৯ লাখ কোটি টকা মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত টেক্স-২০২৫ অনুষ্ঠানত সমৱেত লোকসকলক সম্বোধন কৰি শ্রীমোদীয়ে কয়, যে বিগত বৰ্ষত ভাৰতৰ বস্ত্ৰ ৰপ্তানি আৰু পোছাকৰ পঞ্জীয়ন ৭ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়, যে ভাৰত বৰ্তমান বিশ্বৰ ষষ্ঠ বৃহৎ বস্ত্ৰ আৰু পোছাক ৰপ্তানিকাৰী দেশ। তেওঁ কয়, যে ভাৰতে উচ্চমান সম্পন্ন কাৰ্বন ফাইবাৰ নিৰ্মাণৰ দিশত আগবাঢ়িছে। চৰকাৰে...