May 11, 2024 11:18 AM

views 24

নতুন দিল্লীত নির্বাচন আয়োগক আই এন ডি আই মিত্ৰজোঁটৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

আই এন ডি আই মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত নির্বাচন আয়োগক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত কংগ্ৰেছ নেতা অভিষেক মনু সিংঘভিয়ে কয় যে, প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে ১,৫০০ৰো অধিক আপত্তি উঠিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈও আপত্তি দৰ্শায়। তেওঁ কয় যে, তথ্য সময়মতে প্রকাশ কৰিলে কোনো সন্দেহৰ অৱকাশ নাথাকে। তেওঁ আয়োগক শীঘ্ৰে ভোটদানৰ হাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনায়। তৃণমূ...