August 14, 2024 12:02 PM

views 11

দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্রী আৰু আন মন্ত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লগা জিলাসমূহ নিৰ্ধাৰণ

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কাইলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আন মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলগা জিলাসমূহ ধাৰ্য কৰা হৈছে। সেই অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক অনুষ্ঠানত পতাকা উত্তোলন কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় ক...