November 1, 2024 8:11 PM November 1, 2024 8:11 PM

views 14

ভাৰত আৰু চীনৰ সৈনিকৰ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ

ভাৰত আৰু চীনৰ সৈনিকসকলে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ডেমচ’ক এলেকাত টহল পুনৰ আৰম্ভ হৈছে। উভয় দেশৰ সৈনিকৰ মাজত ২০২০ চনৰ এপ্ৰিলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছৰে পৰা অঞ্চলটোত টহল ব্যৱস্থা বন্ধ আছিল আৰু প্ৰায় চাৰে চাৰি বছৰৰ পাছত এই ব্যৱস্থা পনৰ আৰম্ভ হৈছে। ডেপচাঙতো শীঘ্ৰে টহল আৰম্ভ হ'ব। দুয়োখন দেশে যোৱা মাহৰ এলানি কূটনৈতিক আৰু সামৰিক পৰ্য্যায়ৰ আলোচনাৰ অন্তত সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ সন্দৰ্ভত সহমতত উপনীত হৈছিল। সেই মৰ্মে কালি দীপাৱলী উপল...