January 2, 2025 9:49 AM

views 31

দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ

ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ ৰাজ্যিক জি এছ টি সংগৃহীত হয়। ইয়াৰ উপৰি এই সময়ছোৱাত ৪৭ হাজাৰ ৭৮৩ কোটি টকাৰ সংহত জি এছ টি আৰু ১১ হাজাৰ ৪৭১ কোটি টকাৰ উপকৰ সংগৃহীত হয়। নবেম্বৰত মুঠ জি এছ টি সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি পাই ১ লাখ ৮২ হাজা...

December 29, 2024 12:12 PM

views 38

গুৱাহাটীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগে কালি অভিযান চলাই ৫০ লাখৰো অধিক নগদ টকা আৰু ভালেসংখ্যক নথি- পত্র জব্দ কৰে। আয়কৰ বিভাগে গুৱাহাটী মহানগৰীৰ ৰুক্মিনীগাঁৱৰ জি এছ ৰোডত থকা ৰেটিনা চেণ্টাৰ নামৰ ডাঃ ছফিকউদ্দিন আহমেদ মালিকনাধীন চিকিৎসা প্রতিষ্ঠান আৰু তেওঁৰ বেলতলাত থকা বাসভৱনত কেইবাঘণ্টা ধৰি তালাচী চলাই আয় বর্হিভূত ধন সম্পত্তিৰ তথ্য লাভ কৰে। তাৰ পিছত বিভাগৰ সূত্ৰই জনোৱা মতে চিকিৎসকগৰাকীৰ বেংগালুৰু, কলকাতা আৰু সোণাপুৰত থকা সম্পত্তিৰ লগ...