February 13, 2025 8:55 PM February 13, 2025 8:55 PM

views 3

লোকসভাত আয়কৰ বিধেয়ক ২০২৫ উত্থাপন

লোকসভাত আজি আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য হ'ল আয়কৰ সম্পৰ্কীয় আইন একত্রিত আৰু সংশোধন কৰা। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰে । বিধেয়ক সন্দৰ্ভত ভাষণ দি তেওঁ কয়, যে বৰ্তমানৰ আয়কৰ আইনখনৰ তুলনাত নতুন আইনখনৰ ধাৰা আৰু অধ্যায় কম আৰু সাধাৰণ ৰাইজে সহজে বুজিব পৰাকৈ সৰল কৰা হৈছে। শ্ৰীমতী সীতাৰমণে বিধেয়কখন পৰীক্ষাৰ বাবে সংসদৰ নিৰ্বাচিত সমিতিলৈ পঠোৱা উচিত বুলি প্ৰস্তাৱ আগবঢ়ায়। বিধেয়কখন সন্দৰ্ভত বিৰোধী দলৰ একাংশ সাংসদে উত্থাপন কৰা আপত্তি মন্ত্...