December 17, 2024 6:53 PM

views 16

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ছয় দফীয়া কৌশল যুগুত

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ছয় দফীয়া কৌশল যুগুত কৰিছে বুলি আজি লোকসভাত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰে । তেওঁ কয় যে কৃষকৰ আয় ২০০২-০৩ চনত মাহে দুহেজাৰ ১১৫ টকাৰ পৰা ২০১৮-১৯ চনত দহ হাজাৰ ২১৮ টকালৈ বৃদ্ধি পোৱাটোৱে চৰকাৰৰ প্ৰচেষ্টাৰ সাফল্যকে প্রতিফলিত কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰৰ ছয় দফীয়া কৌশলত উৎপাদন বৃদ্ধি, উৎপাদন ব্যয় হ্রাস, উৎপাদিত সামগ্ৰীৰ উচিত নূন্যতম মূল্য নিশ্চিত কৰা, প্রাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ জোৰা মৰা, ভিন ভিন কৃ...