October 3, 2024 12:21 PM

views 22

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ এটা প্ৰতিনিধি দলৰ শ্রীলংকাৰ বিষয়াক সাক্ষাৎ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ এটা প্ৰতিনিধি দলে IMFৰ চলিত কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনাৰ বাবে শ্রীলংকাৰ বিষয়াসকলক সাক্ষাৎ কৰিছে। দুয়োপক্ষই ২.৯ বিলিয়ন ডলাৰৰ বিত্তীয় পেকেজৰ চতুৰ্থ কিস্তি মুকলি কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা আদিকে ধৰি এতিয়ালৈ হোৱা কাম-কাজ তথা আগলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ IMFৰপ্ৰতিনিধি দলটোৱে শ্ৰীলংকাত বৰ্তমান চৰকাৰৰ অধীনত দেশখনৰ অৰ্থনৈতিক দৃষ্টিভংগীত ইতিবাচক প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ সংস্কাৰসমূহৰ প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে য...