November 4, 2025 10:38 AM

views 36

বতৰৰ বতৰা-● অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব

● অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয়, মণিপুৰ আৰু মিজোৰামত ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বতৰ শুক...

September 3, 2025 1:01 PM

views 19

উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৫টা দিনত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে জনোৱা অনুসৰি পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পূৱ অংশত আজিও মুষলধাৰ বৰষুণ অব্যাহত থাকিব। মহাৰাষ্ট্ৰৰ মধ্য অংশ, গোৱা আৰু চত্তিশগড়তো একে ধৰণৰ পৰিৱেশে বিৰাজ কৰিব বুলি বিভাগে জানিবলৈ দিছে। আজি আৰু পৰৱৰ্তী দুটা দিনৰ সম্ভাব্য প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মাছমৰীয়াসকলক লক্ষদ্বীপ আৰু কেৰালাৰ সমীপৱৰ্তী সাগৰলৈ...