September 20, 2024 1:27 PM September 20, 2024 1:27 PM
4
অসমসহ উত্তৰ-পূবত ঠাই বিশেষে ২২-২৫ ছেপ্টেম্ৱৰলৈ প্রবল বৰষুণৰ সম্ভাৱনা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজি পর্যন্ত প্রচণ্ড বৰষুণৰ পূর্বাভাস প্ৰকাশ কৰিছে৷ বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ ২২ৰ পৰা ২৫ তাৰিখৰ ভিতৰত অসম, পূব-মধ্য ছত্তিশগড়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে একেটা সপ্তাহৰ ভিতৰত গোৱা, মাৰাথৱাড়া, ৰায়ালাসীমা, উত্তৰ কৰ্ণাটক আদি অঞ্চলত মধ্যমীয়াৰ পৰা মূষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। ইপিনে তামিলনাডু, পুডুচেৰী আৰু কাৰাইকালত আজিও গৰম আৰু আৰ্দ্ৰ বতৰ অব্যাহত থা...