August 3, 2025 6:08 PM

views 49

অসমৰ ঠাই বিশেষে অহা তিনিদিনত বিজুলী-ঢেৰেকণিৰে প্ৰবল বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী- ঢেৰেকণিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতিঘণ্টাত ৪০ৰ ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্ট...

June 1, 2025 9:17 PM

views 36

অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে অহা বুধবাৰলৈ কেৰালাৰ মাহে আৰু কৰ্ণাটকত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তদুপৰি জম্মু, কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্‌ফ্ফৰবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু নতুন দিল্লীতো অহা বুধবাৰলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম ভাৰতৰ কোংকান আৰু গোৱাতো অহা মঙলবাৰলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আনহাতে পশ্চিমবংগ আৰু ছিকিমত পাতলীয়াৰ পৰ...