August 3, 2025 6:08 PM
অসমৰ ঠাই বিশেষে অহা তিনিদিনত বিজুলী-ঢেৰেকণিৰে প্ৰবল বৰষুণৰ আগলি বতৰা
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী- ঢেৰেকণিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ বৰষুণ হোৱ...