November 14, 2025 12:20 PM

views 34

আজিৰে পৰা ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা IITF অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা IITF অনুষ্ঠিত হ'ব। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্রী জিতিন প্রচণ্ডই এই বাণিজ্য মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ বিষয়বস্তু হৈছে- এক ভাৰত, শ্রেষ্ঠ ভাৰত। মেলাত উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু বিহাৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশীদাৰী ৰাজ্য হ'ব আৰু ঝাৰখণ্ডৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ'ব। ১৪ দিনীয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, চীন, ইৰান, দক্ষিণ কোৰিয়া আৰু ইজিপ্তে অংশগ্রহণ কৰিব। এ...