July 20, 2025 1:03 PM July 20, 2025 1:03 PM

views 1

আই আই টি গুৱাহাটীত হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্রক্সিএপেটাইট শীর্ষক কর্মশালা

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত কালি হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্রক্সিএপেটাইট শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী, অধ্যাপক উৎপল বৰাই টিচু ইঞ্জিনিয়াৰিঙৰ তাৎপৰ্য আৰু বাস্তৱত ইয়াৰ চিকিৎসা প্ৰদানত আলোকপাত কৰে। অনুষ্ঠানৰ আহ্বায়ক আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ললিত এণ্ড পাণ্ডেই কৰ্মশালাৰ মূল কাৰ্যসূচীৰ ৰূপ...