December 7, 2025 8:13 PM December 7, 2025 8:13 PM

views 5

বিজ্ঞানীসকলৰ উদ্ভাৱণসমূহৰ দ্বাৰা সমাজৰ প্ৰান্তীয় লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীৰ আহ্বান

হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীয়ে বিজ্ঞানীসকলক তেওঁলোকৰ উদ্ভাৱণসমূহ পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ নি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। পঞ্চকুলাত একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দ্বিতীয় দিনাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিজ্ঞানীসকলৰ জ্ঞানে যেতিয়া কৃষকৰ শস্য উৎপাদন বৃদ্ধি কৰে, তেওঁলোকৰ গৱেষণাই যেতিয়া ৰোগীৰ ৰোগ নিৰাময় কৰে আৰু উদ্ভাৱনে যেতিয়া উদ্যোগীসকলক সবল কৰে তেতিয়াই বিজ্ঞানে মানৱ সমাজ...